মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

এ এছ বি বিৰ কাৰ্য্যক্ৰমনিকা

    1. জৈৱবৈচিত্ৰ সংৰক্ষণ, ইয়াৰ উপাদান সমূহৰ যথাযথ ব্যৱহাৰ আৰু জৈবিক সম্পদ ও জ্ঞান ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা লাভালাভ সমূহৰ নিৰপেক্ষ আৰু ন্যায্য সমবিতৰণ
    2. ২াণিজ্যিক ব্যৱহাৰৰ কাৰণে বা অন্য কোনো অনুৰোধ অনুমোদনৰ দ্বাৰা নিয়ন্ত্ৰিত বা জৈৱসমীক্ষা আৰু ভাৰতীয় নাগৰিক সকলৰ দ্বাৰা কোনো জৈবিক সংস্থানৰ জৈৱব্যবহাৰ।
    3. ৈৱবৈচিত্ৰ তালিকাভূক্তকৰণ, জনসংখ্যা বৃদ্ধিৰ হাৰ, জনসাধাৰণৰ সচেতনতাৰ সৃষ্টি, সিধান্ত প্ৰস্তুতকৰণ আৰু পৰিকল্পনা আৰু জৈৱবৈচিত্ৰ ৰক্ষাৰ কাৰণে বৈজ্ঞানিক, প্ৰশাসনিক, আইনী ও অৰ্থ-সামাজিক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থাৰ অনুসন্ধান
    4. জৈৱবৈচিত্ৰ ব্যৱস্থাপনা কমিটিৰ কাৰ্য্যক্ৰমৰ সমন্বয়
    5. আইনৰ কাৰ্য্যকৰী প্ৰয়োগৰ কাৰণে লিখিতভাৱে আৰু উপযুক্ত মৌখিক উপায়েৰে জৈৱবৈচিত্ৰ ব্যৱস্থাপনা কমিটিৰ নিৰ্দেশনা প্ৰদান আৰু সংৰক্ষণ, সেইসমূহৰ ব্যৱহাৰ আৰু ন্যায়সঙ্গত উপভোগকাৰী সম্পৰ্কিত অংশীদাৰী সকলৰ পদক্ষেপৰ ক্ষেত্ৰত সেইসকলৰ অৰ্থপূৰ্ণ অংশগ্ৰহণৰ সুবিধাৰ্থে সহায়তা প্ৰদান।
    6. ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব নিৰ্ধাৰিত অন্যান্য প্ৰয়োজনীয় কামসমূহ এই আইনৰ দ্বাৰা সম্পাদন কৰা।