মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

নাগ`য়া প্ৰ`ট`কল

  • জেনেটিক সম্পদ সমূহৰ আৰু জৈৱবৈচিত্ৰৰ সন্মিলনত এই সমূহৰ ব্যৱহাৰৰ পৰা উৎপন্ন হোৱা লাভৰ নিৰপেক্ষ আৰু লাভৰ ন্যায়সংগত সমবিতৰণৰ উপলব্ধতাৰ ওপৰত নাগ`য়া প্ৰ`ট`কল হৈছে এখন আন্তঃষ্ট্ৰীয় চুক্তি যাৰ উদ্দেশ্য হ`ল নিৰপেক্ষ আৰু ন্যায়সংগতভাৱে জেনেটিক সম্পদ সমূহৰ ব্যৱহাৰৰ পৰা উৎপন্ন হোৱা লাভ সমূহক সমবিতৰণ কৰা। ইয়াক ২৯ অক্টোবৰ ২০১০ চনত নাগ`য়া, জাপানত গ্ৰহণ কৰা হৈছিল আৰু ই কাৰ্য্যকৰী হয় ১২ অক্টোবৰ ২০১৪ চনত।

    অধিক বিৱৰণৰ বাবে: https://www.cbd.int/