বি এম চি ৰ অভিযান আৰু পি বি আৰ প্ৰস্তুত কৰিবৰ কাৰণে ৰাজ্যৰ প্ৰতিখন জিলাত এটা জিলা পৰ্য্যায়ৰ প্ৰযুক্তিগত সহায়তা গ্ৰুপ ( টি এছ জি) কমিটি গঠন কৰা হৈছে।
টি এছ জি ৰ সদস্য সকলক নিৰ্বাচিত কৰা হয় :
টি এছ জিয়ে পি বি আৰৰ চোৱাচিতা, প্ৰমাণীকৰণ আৰু বৈধকৰণত বি এম চি সমূহক সহায়ো আগবঢ়ায়।