মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Environment, Forest and Climate Change Department Assam State Biodiversity Board

বিশেষজ্ঞ সমিতি

  • বিশেষজ্ঞ সমিতি

    অসম ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ডৰ বিভিন্ন প্ৰযুক্তিগত কামৰ কাৰণে গঠিত বিশেষজ্ঞ সমিতি তালিকা

    ক্ৰ: নং.সমিতি সমূহৰ নামসভাপতিসদস্যৰ সংখ্যা
    ১``উজনি অসম ক্ষেত্ৰত মাছৰ বৈচিত্ৰতা চিহ্নিত, মূল্যাংকন আৰু সিহঁতৰ বৰ্তমান সংৰক্ষণ আৰু প্ৰয়োজনীয়তাৰ অধ্যায়ন`` শীৰ্ষক প্ৰকল্পৰ কাৰণে বিশেষজ্ঞ সমিতিড. পি. চি. ভট্টাচাৰ্য্য সদস্য-এ এছ বি বি৫
    (Click Here)
    ২``অসম ৰাজ্যৰ ভিতৰৰ জৈৱিক সংশাধন সমূহৰ উপলব্ধতাৰ কাৰণে ব`ৰ্ডৰ দ্বাৰা প্ৰাপ্ত প্ৰতিবেদন সমূহৰ`` ওপৰত উপেদেষ্টা সমিতিড. পি. চি. ভট্টাচাৰ্য্য সদস্য-এ এছ বি বি৬
    (Click Here)
    ৩``জৈৱবৈচিত্ৰ সংৰক্ষণৰ ওপৰত ইণ্টাৰ্নশ্বিপ কাৰ্য্যক্ৰম সমূহৰ অধীনৰ`` বিশেষজ্ঞ দলনাই১৯
    (Click Here)
    (Revised Internship)
    ৪``মাজুলী জৈৱবৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ (বি এইচ এচ) মূল্যাংকন`` প্ৰস্তাৱৰ কাৰণে বিশেষজ্ঞ সমিতিপদ্মশ্ৰী শ্ৰী যাদৱ মলাই পায়েং ভাৰতৰ বন মানব২৪
    (Click Here)
    ৫``মাজুলী জৈৱবৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ (বি এইচ এচ) প্ৰৱন্ধনৰ`` কাৰণে বিশেষজ্ঞ সমিতিপদ্মশ্ৰী শ্ৰী যাদৱ মলাই পায়েং ভাৰতৰ বন মানব৩১
    (Click Here)
    ৬``অসম ৰাজ্যিক জৈৱবৈচিত্ৰ কৌশল নীতি আৰু কৰ্ম আঁচনি (এ এছ বি এছ এ পি)`` কাৰণে বিশেষজ্ঞ সমিতিড. অনিল কুঃ গোস্বামী সদস্য-এ এছ বি এছ এ পি৮
    (Click Here)