কাৰ্য্যসূচীৰ উদ্দেশ্য : অসমৰ যুৱ প্ৰতিভাশালী সকলৰ মাজত বৈজ্ঞানিক মেজাজ উৎপন্ন কৰা আৰু জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ কাৰণে তেওঁলোকক কাম কৰিবৰ কাৰণে প্ৰোৎসাহিত কৰা। এই কাৰ্য্যসূচীয়ে জৈৱবৈচিত্ৰৰ সংৰক্ষণ আৰু তিস্থিব পৰা ব্যৱহাৰ প্ৰচাৰত বৰ্তমান দিনৰ প্ৰত্যাহ্বানৰ বিষয়ে ইণ্টাৰ্ণ সকলৰ বুজন ক্ষমতাক প্ৰসাৰিত কৰা আৰু তেওঁলোকক প্ৰত্যাহ্বান সমূহক পূৰণ কৰাত যোগদান দিয়াৰ সুবিধা প্ৰদান কৰা।
গ্ৰহণযোগ্য ক্ষমতা : ১৫-২০.সময় অৱধি: কাৰ্য্যসূচী হয় ৩ মাহৰ কাৰণে।
ইচ্ছুক ব্যক্তি সকলে তেওঁলোকৰ আজৰি সময়ৰ ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে এটা দৃষ্টিকোণৰ লগত জড়িত, উদাহৰণ স্বৰূপে, গৰম বন্ধ/শীত বন্ধ/ দুটা ষান্মাসিকৰ মাজৰ সময়/প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰাৰ সময়ত আদি আৰু জৈৱবৈচিত্ৰৰ ক্ষেত্ৰখনত উৎপাদকৰ ৰূপত কাম কৰা।
যোগ্যতাৰ মানদণ্ড : আমি ভূগোল নৃতত্ব বিজ্ঞান আৰু আনকি দ্ৰুত সংযোগ শিক্ষাৰ্থী সকলৰ নিচিনা জীৱন আৰু সংবদ্ধ বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থী সকলৰ সন্ধান কৰি আছো। ভাল কম্পিউটাৰ দক্ষতা ( ৱৰ্ড/এক্সেল) অনিবাৰ্য্য। পৰীক্ষাৰ্থী সকলে স্থানীয় ভাষাৰ উপৰিও ইংৰাজী ভাষাটো ক`ব, পঢ়িব আৰু লিখিব পাৰিব লাগিব।
যি সকলে বৰ্তমান স্নাকোত্তৰ পাঠ্যক্ৰমৰ কাৰণে নাম ভৰ্তি কৰিছে, তেওঁ লোকে নিজৰ বিভাগৰ প্ৰমূখৰ জৰিয়তে আবেদন কৰিব পাৰিব।
বয়স : নূন্যতম বয়স ২০ বছৰ, কিন্তু ৩০ বছৰৰ বেছি হ`ব নোৱাৰিব।
সৌহাৰ্দ্য : প্ৰতি মাহে ৫০০০/- টকা+১০০০০/- টকাৰ মুঠ আকস্মিকতা ক্ষেত্ৰ পৰিদৰ্শন, নথিভূক্তকৰণ, চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত ইত্যাদি সমগ্ৰ সময় অৱধিৰ কাৰণে।
কাৰ্য্য ক্ষেত্ৰ : ইণ্টাৰ্ণ সকলে অসমৰ যিকোনো অংশতে কাম কৰিব পাৰে কিন্তু ব`ৰ্ডৰ ঘনিষ্ঠ সহযোগত কাম কৰিব লাগিব আৰু ইয়াৰ কাৰণে ব`ৰ্ড অফিচলৈ যোৱা বা গুৱাহাটীত বিশেষজ্ঞ বা অন্য যি কোনো স্থানৰ সৈতে কাৰ্য্যৰ আৱশ্যকতা অনুযায়ী যোগাযোগ কৰিব লাগিব।
উদ্দেশ্য : অসমৰ যুৱ প্ৰতিভাশালী সকলৰ মাজত বৈজ্ঞানিক মেজাজ উৎপন্ন কৰা আৰু জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ কাৰণে তেওঁলোকক কাম কৰিবৰ কাৰণে প্ৰোৎসাহিত কৰা। এই কাৰ্য্যসূচীয়ে জৈৱবৈচিত্ৰৰ সংৰক্ষণ আৰু তিস্থিব পৰা ব্যৱহাৰ প্ৰচাৰত বৰ্তমান দিনৰ প্ৰত্যাহ্বানৰ বিষয়ে ইণ্টাৰ্ণ সকলৰ বুজন ক্ষমতাক প্ৰসাৰিত কৰে আৰু তেওঁলোকক প্ৰত্যাহ্বান সমূহক পূৰণ কৰাত যোগদান দিয়াৰ সুবিধা প্ৰদান কৰে।
সময় অৱধি : কাৰ্য্যসূচী কম সময়ৰ কাৰণে অধিক তম ৬ মাহ লৈকে ইচ্ছুক ব্যক্তি সকলো তেওঁলোকৰ আজৰি সময়ৰ ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে উদাহৰণ স্বৰূপে গৰম বন্ধ/শীত বন্ধ/ দুটা ষান্মাসিকৰ মাজৰ সময়/প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰাৰ সময়ত আদি আৰু জৈৱবৈচিত্ৰৰ ক্ষেত্ৰখনত উৎপাদকৰ ৰূপত কাম কৰা।
সহযোগী সৌহাৰ্দ্য :
কাৰ্য্য ক্ষেত্ৰ : : ইণ্টাৰ্ণ সকলে অসমৰ যিকোনো অংশতে কাম কৰিব পাৰে কিন্তু ব`ৰ্ডৰ ঘনিষ্ঠ সহযোগত কাম কৰিব লাগিব আৰু ইয়াৰ কাৰণে ব`ৰ্ড অফিচলৈ যোৱা বা গুৱাহাটীত বিশেষজ্ঞ বা অন্য যি কোনো স্থানৰ সৈতে কাৰ্য্যৰ আৱশ্যকতা অনুযায়ী যোগাযোগ কৰিব লাগিব।
কাৰ্য্যসূচীৰ কাৰণে ব্যাপক বিষয় বস্তু :
জৈৱ বৈচিত্ৰৰ স্বেচ্ছাসেৱী পদক্ষেপ : প্ৰকাশিত বাতৰি কাকত, প্ৰকাশন, ফটোগ্ৰাফ আদিৰ ৰূপত ফ্ৰিলেন্স বৃত্তি, এমেটিওৰ্চ, ছাত্ৰ সকলৰ পৰা স্বেচ্ছাসেৱী যোগদানক উৎসাহিত কৰা আৰু ব`ৰ্ডৰ ৱেবচাইট আৰু প্ৰকাশনৰ ওপৰত অৱদানক স্বীকাৰ কৰা।
উদ্দেশ্য : জ্ঞান, বিশেষজ্ঞতা, পৰিৱেশৰ অভিজ্ঞতা সমূহৰ সংগ্ৰহণ সংযোজন আৰু প্ৰসাৰৰ কাৰণে এক সাধাৰণ মঞ্চ প্ৰদান কৰা আৰু জৈৱবৈচিত্ৰ প্ৰেমী,কাৰ্য্যকৰ্তা আৰু অন্য সম্বন্ধিত নাগৰিক সকলে যাতে পৰিযোজনাকাৰী আৰু কাৰ্য্যবাহী সকলৰ কাৰণে এক বিস্তাৰিত জ্ঞানাধাৰ প্ৰদান কৰিব পাৰে আৰু এই ধৰণে অসমত জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ প্ৰয়াসত সহায় কৰে।
কেনেকুৱা ধৰণৰ অৱদান আগঢ়াব পাৰি : ফটোগ্ৰাফ, গৱেষণা পত্ৰ, প্ৰবন্ধ, খবৰ, সংবাদ বিষয় বস্তু আদি। ব`ৰ্ডে অৱদান সমূহক উচিত ৰূপত স্বীকাৰ কৰিব।
অসম ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ডে ব্যক্তিগতভাৱে আৰু সাৰ্বজনিক প্ৰান্তৰ মাধ্যমেৰে তথ্য আৰু ফটোগ্ৰাফ প্ৰদান কৰিবৰ কাৰণে বিভিন্ন বন বিষয়া, গৱেষক, শিক্ষাৰ্থী আৰু অন্য মিত্ৰ সকলৰ দ্বাৰা আগবঢ়োৱা অৱদানক সততাৰে স্বীকাৰ কৰে।