বাৰ্ষিক কাৰ্য্যক্ৰম সমূহ :
- আন্তঃ ৰাষ্ট্ৰীয় জীৱ তাত্বিক বৈচিত্ৰতা দিৱস উদযাপন ( মে ২২)
- পৰিৱেশ দিৱস উদযাপন (জুন ৫)
কৰ্মশালা/চেমিনাৰ/প্ৰশিক্ষণ সমূহ
ক. ৰাজ্যিক পৰ্য্যায় কৰ্মশালা
- ২৮ চেপ্তেম্বৰ ২০১৩, গুৱাহীটীত ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়
খ. আঞ্চলিক পৰ্য্যায় কৰ্মশালা
- ১ম সংবেদনশীলতা কৰ্মশালা অনুষ্ঠিত হয় যোৰহাটত, ৪ জুন ২০১৩ ত।
- ২য় সংবেদনশীলতা কৰ্মশালা অনুষ্ঠিত হয় গুৱাহাটীত, ২৩ আগষ্ট ২০১৩ ত।
- ৩য় সংবেদনশীলতা কৰ্মশালা অনুষ্ঠিত হয় শিলচৰত, ১৪ চেপ্তেম্বৰ, ২০১৩ত ।
- সংবেদনশীলতা কৰ্মশালা অনুষ্ঠিত হয় তেজপুৰত, ২৩ চেপ্তেম্বৰ, ২০১৩ত ।
- ৫ম সংবেদনশীলতা কৰ্মশালা অনুষ্ঠিত হয় ডিফুত, ১৩ ফেব্ৰুৱাৰী, ২০১৪ ত।
গ. সংমণ্ডল/উপ-সংমণ্ডল পৰ্য্যায় কৰ্মশালা
- নগাওঁ দক্ষিণ সংমণ্ডল, হোজাইৰ দ্বাৰা আমন্ত্ৰিত কৰা হয়, ৪ জুন ২০১৩ত।
- নগাওঁ সংমণ্ডল, নগাওঁৰ দ্বাৰা আমন্ত্ৰিত কৰা হয়, ৩০ জুলাই, ২০১৪ত।
- শোণিতপুৰ পশ্চিম সংমণ্ডল তেজপুৰৰ দ্বাৰা আমন্ত্ৰিত কৰা হয়, ২১ অক্টোবৰ ২০১৩ ত।
- শোণিতপুৰ পশ্চিম সংমণ্ডল বিশ্বনাথ চাৰিআলিৰ দ্বাৰা আমন্ত্ৰিত কৰা হয়, ২৪ আগষ্ট ২০১৪ ত।
- লখিমপুৰ সংমণ্ডল, লখিমপুৰৰ দ্বাৰা আমন্ত্ৰিত কৰা হয়, ৭ মে ২০১৪ ত।
- ধেমাজি সংমণ্ডল, ধেমাজিৰ দ্বাৰা আমন্ত্ৰিত কৰা হয়, ২৫ জুন ২০১৪ত।
- উত্তৰ কামৰূপ সংমণ্ডল, ৰঙিয়াৰ দ্বাৰা আমন্ত্ৰিত কৰা হয়, ১৪ মাৰ্চ ২০১৪ ত।