সম্পূৰ্ণ হোৱা প্ৰকল্প সমূহ :
- কে এন পিৰ বিশেষ তথ্য সূত্ৰ সহ উজনি অসমৰ মকৰাসমূহৰ বৈচিত্ৰতাৰ অধ্যয়ন।
- মধ্য অসমৰ স্থানীয় বজাৰৰ পৰা সাধাৰণভাৱে ব্যৱসায় কৰা দুৰ্লভ আৰু থলুৱা খাদ্য জৈৱ-সম্ভাৰক নথিভূক্ত কৰা।
- বিদ্যমান কীট-পতংগীয় সম্পদ/তথ্যৰ পৰা অসমৰ কীট-পতংগ জীৱকুলৰ আৱিষ্কৰণ আৰু নথিভূক্তকৰণ। (এখন কিতাপৰ প্ৰকাশনৰ প্ৰক্ৰিয়াৰ অধীনত কাৰ্য্য সম্পাদন কৰা হয়)
সম্পূৰ্ণ কৰা পৰমৰ্শ :
- পাৱাৰ গ্ৰিড কৰ্প`ৰেচনৰ কাৰণে ডি এ এম পি এ টি আৰু মিজোৰামৰ জৈৱবৈচিত্ৰতাৰ প্ৰভাৱ মূল্যায়ন ডাউনলোড
চলমান প্ৰকল্প সমূহ :
১. `` বিপদশংকুল প্ৰজাতিসমূহক চিনাক্ত কৰিবলৈ, আৰু সিহঁতৰ বৰ্তমান সংৰক্ষণৰ স্থিতি আৰু প্ৰয়োজনীয়তাক মূল্যায়ন আৰু নিৰ্ধাৰণ কৰিবলৈ অসমৰ ভিতৰুৱা বহ্মপুত্ৰ নদৰ মাছৰ বৈচিত্ৰতাৰ ওপৰত অধ্যয়ন``
- অধ্যয়ন ক্ষেত্ৰ: অসমৰ ভিতৰুৱা ব্ৰহ্মপুত্ৰ নদ
- ৰূপায়নকাৰী সংস্থা : ডলফিন ফাউণ্ডেছন, গুৱাহাটী
- মূখ্য অন্বেষক : জ. সুজিত বৈৰাগী
- বাজেট : ৩৮.৭৭ লাখ টকা
- সময় অৱধি : (২ বছৰ ৬ মাহ)
২. `` অসমৰ ডিমা হাছাও জিলাৰ উদ্ভিদ বৈচিত্ৰতা মূল্যাংকন
- মূখ্য অন্বেষক : ড. লাল বাবু চৌধুৰী, বৰিষ্ঠ মূখ্য বিজ্ঞানী/বিজ্ঞানী-এফ
- প্ৰকল্প অৱধি : ২ বছৰ
- বাজেট : ২৯.৪ লাখ টকা
- ৰূপায়নকাৰী সংস্থা : ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান ( এন বি আৰ আই), লক্ষ্ণৌ
৩. `` অসমৰ জৈৱ বৈচিত্ৰতা কৌশল নীতি আৰু কাৰ্য্য আঁচনিৰ প্ৰস্তুতি``
- প্ৰকল্প অৱধি : ১ বছৰ
- বাজেট : ১৪ লাখ টকা
- ৰূপায়নকাৰী সংস্থা : ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান (ডব্লিউ আই আই), ডেৰাডুন
৪. ``হোলোঙাপাৰগিবনবন্যপ্ৰাণীঅভয়াৰণ্যৰপ্ৰসাৰিতসংৰক্ষণপ্ৰচেষ্টা``:
- মূখ্য অন্বেষক : শ্ৰী উদয়ন বৰঠাকুৰ, বন্যপ্ৰাণী আনুষংগিক বিজ্ঞান বিভাগৰ প্ৰধান, আৰণ্যক।
- সময় অৱধি : ১ বছৰ
- বাজেট : ৫ লাখ টকা
- ৰূপায়নকাৰী সংস্থা : আৰণ্যক, গুৱাহাটী
৫. গ্ৰন্থৰপ্ৰকাশন `` কাৰ্বিতথাডিমাছাজনগোষ্ঠীৰভক্ষণীয়বনৰীয়াউদ্ভিদ`` :
- লিখক : শ্ৰী ৰঞ্জন কুমাৰ বৰুৱা, অৱসৰ প্ৰাপ্ত বিষয়া, কাৰ্বি আংলং, ডিফু।
- অৱধি : ৬ মাহ
৬. গ্ৰন্থৰপ্ৰাকাশন `` অসমৰঅৰ্কিডবৈচিত্ৰতা`` :
- লিখক : শ্ৰী ক্ষণজিত গগৈ, অৰ্কিড ছ`ছাইটী অৱ ইষ্টাৰ্ণ হিমালয়া, এন জি ও
- অৱধি : ৩ মাহ
- বাজেট: ৭ লাখ টকা
৭. বিষয়বস্তুৰওপৰতপাঁছ (৫) খনসংক্ষিপ্ততথ্যচিত্ৰ ::
- অৰণ্যৰ জীৱন নিৰ্বাহৰ মান
- পাৰম্পৰিক জ্ঞান
- মানৱ-পশু সংঘাত
- এন টি এফ পিত বাণিজ্য
- বনৰক্ষীৰ জীৱন
- গ্ৰীণ হাব প্ৰজেক্ট, তেজপুৰৰ অধীনত উত্তৰ পূৱ নেটৱৰ্কক অৰ্পণ কৰা কাৰ্য্য
- আৱধি: ১ বছৰ
- বাজেট: ৩১.২৫ লাখ টকা
Downloads
Title | Size | Detail |
---|
পাৱাৰ গ্ৰিড ক`ৰ্প`ৰেচনৰ কাৰণে ডি এ এম পি এ টি আৰ মিজোৰামৰ জৈৱবৈচিত্ৰ প্ৰভাৱ মূল্যায়ন | 92.72 MB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
উম্ফল উপত্যকাৰ ইমা বজাৰ সমূহৰ পৰা ভক্ষণীয় জৈৱসংসাধন সমূহৰ এক চিহ্নাংকন তালিকা | 787.37 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
জয়পূৰ সংৰক্ষিত বনাঞ্চল, পূৰ্বাঞ্চল অসমত পক্ষী জীৱকূলৰ এক চিহ্নাংকন তালিকা | 1.22 MB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য ও সংযুক্ত অঞ্চলসমূহ, অসমৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী সমূহৰ তালিকা | 404.11 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ, জালুকবাৰী, অসমৰ পক্ষী জীৱকূল | 207.25 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
সোণালী বান্দৰ | 237.67 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
উত্তৰ পূব ভাৰতৰ মানৱ-হস্তী সংঘাত | 72.9 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
ভাৰতৰ জৈৱবৈচিত্ৰ আইন ২০০২ তথা সংৰক্ষণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা | 123.19 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
থেঙাল কছাৰী মহিলা সকলৰ স্বদেশী জ্ঞান আৰু অনুশীলন সমূহ | 68.9 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
পাটপলু খেতিৰ স্বদেশী জ্ঞান | 290.71 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
নিমফেলিড পখিলা সমূহৰ ওপৰত গ্ৰীষ্মপ্ৰধান বন অৱনতিৰ প্ৰভাৱ | 1018.18 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
মুগা পলু(এন্থেৰিয়া আচামেন্সিচ হেল্ফাৰ) | 379.37 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
হালধীয়া ঠেঙৰ হাইঠাৰ বাহৰ বৈশিষ্ঠ সমূৰ | 799.22 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
বৰাক, জাতিংগা, ধলেশ্বৰী আৰু গান`ল নদীৰ পিঠিয়া মাছ সমূহ | 418.09 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
মুগা পলু | 274.01 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
অসমত দুটা নতুন দুৰ্লভ পখিলাৰ পুনৰ আবিষ্কাৰ | 1.33 MB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
উত্তৰ পূৰ্ব ভাৰতৰ মিচিং সম্প্ৰদায় সমূহৰ দ্বাৰা ব্যৱহৃত পাৰম্পৰিক চিকিৎসা অনুশীলন আৰু লোক ঔষধ সমূহ | 312.49 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
চক্ৰশিলা বন্যপ্ৰাণী অভায়াৰণ্য, অসম, ভাৰতৰ সোনালী বান্দৰৰ স্থিতি আৰু সংৰক্ষণ | 1.02 MB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |
হলৌ বান্দৰৰ বিতৰণ, স্থিতি আৰু সংৰক্ষণ | 588.55 KB | ![swf-image](https://asbb.assam.gov.in/sites/all/themes/swf/images/pdf-icon.png) |