জৈৱবৈচিত্ৰৰ আইনৰ ধাৰা-৩৭ ৰ অধীনত, ৰাজ্য চৰকাৰে স্থানীয় সংস্থাসমূহৰ লগত পৰামৰ্শ অনুযায়ী গুৰুত্বপূৰ্ণ জৈৱবৈচিত্ৰ এলেকা সমূহক জৈৱবৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ হিছাবে অৱগত কৰিব পাৰে (বি এইচ এছ)।
জৈৱবৈচিত্ৰৰ ঐতিহ্য ক্ষেত্ৰ সমূহ (বি এইচ এছ) হ`ল অনন্য পৰিস্থিতি তন্ত্ৰ যাৰ আছে তলত উল্লেখিত উপাদান সমূহৰ যি কোনো এটা বা অধিক উপাদানেৰে গঠিত সমৃদ্ধিশালী জৈৱবৈচিত্ৰ :
``স্থানীয় সম্প্ৰদায় সমূহৰ প্ৰচলিত ৰীতিনীতি আৰু ব্যৱহাৰৰ ওপৰত বি এইচ এচে কোনো ধৰণৰ নিষেধাজ্ঞা প্ৰদান নকৰিব, তেওঁলোকৰ স্বেচ্ছাই লোৱা সিদ্ধান্তৰ বাহিৰে। বি এইচ এছৰ এই ঘোষণাৰ উদ্দেশ্য হৈছে যে এই ধৰণৰ স্থান সমূহৰ সংৰক্ষণৰ মাধ্যমেৰে স্থানীয় সম্প্ৰদায়ৰ জীৱনযাত্ৰাৰ মান উন্নত কৰা। বৰ্তমান, অসম চৰকাৰে প্ৰথম জৈৱবৈচিত্ৰৰ ঐতিহ্য ক্ষেত্ৰ হিছাবে ``মাজুলী``ক চিনাক্ত কৰিছে আৰু এই ধৰণৰ অন্য ক্ষেত্ৰ সমূহৰ ঘোষণাৰ কাৰণে প্ৰক্ৰিয়া চলি আছে।
Title | Size | Detail |
---|---|---|
জৈৱবৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ (বি এইচ এছ) | 3.54 MB | |
অধিসূচনা বি এইচ এছ-মাজুলী | 3.18 MB |