মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Assam State Biodiversity Board

জনসমাজৰ জৈৱবৈচিত্ৰ ৰেজিষ্টাৰ :

জৈৱবৈচিত্ৰ ব`ৰ্ডৰ এটা জনাদেশ হ`ল স্থানীয় সম্প্ৰদায় সমূহক জড়িত কৰি জনসমাজৰ জৈৱবৈচিত্ৰ ৰেজিষ্টাৰ (পি বি আৰ)প্ৰস্তুত কৰা। এই ৰেজিষ্টাৰত স্থানীয় জৈৱিক সংসাধন সমূহ, সেই বিলাকৰ ঔষধীয় বা কোনো অন্য ব্যৱহাৰ বা সেইবিলাকৰ লগত জড়িত কোনো অন্য পাৰম্পৰিক জ্ঞানৰ উপলব্ধতা আৰু জ্ঞানৰ ওপৰত ব্যাপক তথ্য থাকিব। পি বি আৰ কেৱল মাত্ৰ কোনো ক্ষেত্ৰৰ প্ৰজাতি সমূহৰ নাম আৰু সেই সমূহৰ বিতৰণৰ সৈতে এখন ৰেজিষ্টাৰেই নহয়, ই এখন ব্যাপক ডেটা বেছো যি মানুহৰ পাৰম্পৰিক জ্ঞান আৰু স্থিতি, ব্যৱহাৰ, ইতিহাস, হৈ থকা পৰিৰ্বতন আৰু তেওঁলোকৰ নিজৰ এলেকাসমূহৰ জৈৱবৈচিত্ৰতা সংসাধনৰ ওপৰত এই পৰিবৰ্তন সমূহক চলাই থকা শক্তিৰ অন্তৰ্দৃষ্টিক ৰেৰ্কড কৰে। ই জৈৱবৈচিত্ৰৰ বৰ্তমান ব্যৱহাৰৰ ধৰণ, স্থানীয় সমূদায় সমূহৰ কাৰণে ইয়াৰ আৰ্থিক লাভৰ ওপৰতো তথ্য প্ৰদান কৰিব। এই ৰেজিষ্টাৰ সমূহে বিকেন্দ্ৰীকৃত ৰূপত জৈৱবৈচিত্ৰৰ নিৰন্তৰ ব্যৱহাৰৰ কাৰণে ভৱিষ্যতে আৱশ্যক হ`ব পৰা কৌশল নীতিৰ কাৰণে বেছলাইন ডাটা গঠন কৰে। ই জৈৱবৈচিত্ৰ সম্পদ আৰু এই সমূহৰ ব্যৱহাৰৰ ওপৰত জ্ঞানৰ বাণিজ্যিক ব্যৱহাৰৰ পৰা উৎপন্ন হোৱা লাভৰ সমবিতৰণত সহায় কৰে। জৈৱবৈচিত্ৰ ৰেজিষ্টাৰে সংৰক্ষণ, আই পি আৰৰ সুৰক্ষা আৰু পাৰম্পৰিক জ্ঞান প্ৰদান কৰে

অসম ৰাজ্যিক জৈৱবৈচিত্ৰ ব`ৰ্ডে ১৩৩ খন জৈৱবৈচিত্ৰ প্ৰৱন্ধন কমিতি ( বি এম চি)সমূহৰ কাৰণে পি বি আৰ কাৰ্য্যসূচীৰ আৰম্ভণিৰ কাৰণে প্ৰতিখন জৈৱবৈচিত্ৰ প্ৰৱন্ধন কমিতি (বি এম চি) লৈ ৫০,০০০/- টকাৰ মূল্যৰ ধন ৰাশি মোকলাই দিয়ে।

এ এছ বি বিৰ চূড়ান্ত আৰু অনুমোদিত জনসমাজৰ জৈৱবৈচিত্ৰ ৰেজিষ্টাৰ সমূহৰ (পি বি আৰ) বিৱৰণ সমূহ :

ক্ৰ: নং.জিলাবন সংমণ্ডল সমূহবি এম চি সমূহৰ নামটি এছ জি সমূহৰ নামঅনুমোদনৰ তাৰিখ
নগাওঁনগাওঁ সংমণ্ডল লাওখোৱা আঞ্চলিক বি এম চিনগাওঁ জিলা১২/১২/২০১৪
নগাওঁনগাওঁ সংমণ্ডলপাখিমৰিয়া আঞ্চলিক বি এম চিনগাওঁ জিলা১২/১২/২০১৪
নগাওঁনগাওঁ সংমণ্ডলকলিয়াবৰ আঞ্চলিক বি এম চিনগাওঁ জিলা১২/১২/২০১৪
নগাওঁনগাওঁ সংমণ্ডলকলিয়াবৰ আঞ্চলিক বি এম চিনগাওঁ জিলা১২/১২/২০১৪
নগাওঁনগাওঁ দক্ষিণ সংমণ্ডলঢলপুখুৰী আঞ্চলিক বি এম চিনগাওঁ জিলা১২/১২/২০১৪
শোণিতপুৰশোণিতপুৰ পশ্চিম সংমণ্ডলবিহগুৰি আঞ্চলিক বি এম চিশোণিতপুৰ জিলা১৫/০২/২০১৭
শোণিতপুৰশোণিতপুৰ পশ্চিম সংমণ্ডলবালিপাৰা আঞ্চলিক বি এম চিশোণিতপুৰ জিলা১৫/০২/২০১৭
শোণিতপুৰশোণিতপুৰ পূব সংমণ্ডলচতিয়া আঞ্চলিক বি এম চিশোণিতপুৰ জিলা১৫/০২/২০১৭
শোণিতপুৰশোণিতপুৰ পূব সংমণ্ডলবিশ্বনাথ আঞ্চলিক বি এম চিশোণিতপুৰ জিলা১৫/০২/২০১৭
১০শোণিতপুৰশোণিতপুৰ পূব সংমণ্ডল৭ নং নদুৱাৰ আঞ্চলিক বি এম চিশোণিতপুৰ জিলা১৫/০২/২০১৭
১১শোণিতপুৰশোণিতপুৰ পূব সংমণ্ডলবাঘমৰা আঞ্চলিক বি এম চিশোণিতপুৰ জিলা১৫/০২/২০১৭
১২শোণিতপুৰশোণিতপুৰ পূব সংমণ্ডলবিহালী আঞ্চলিক বি এম চিশোণিতপুৰ জিলা১৫/০২/২০১৭
১৩যোৰহাটযোৰহাট সংমণ্ডলতিতাবৰ আঞ্চলিক বি এম চিযোৰহাট জিলা২১/০৪/২০১৭
১৪যোৰহাটযোৰহাট সংমণ্ডলমধ্য যোৰহাট এ. পি. বি এম চি, চিপাহীখোলাযোৰহাট জিলা২১/০৪/২০১৭
১৫যোৰহাটযোৰহাট সংমণ্ডল৫ নং যোৰহাট এ. পি. বি এম চি, বাঘচোংযোৰহাট জিলা২১/০৪/২০১৭
১৬যোৰহাটযোৰহাট সংমণ্ডলকলিয়াপানী এ. পি. বি এম চি, কলিয়াপানীযোৰহাট জিলা২১/০৪/২০১৭
১৭যোৰহাটযোৰহাট সংমণ্ডলউত্তৰ পশ্চিম এ. পি. বি এম চি, ঢেকৰগৰাযোৰহাট জিলা২১/০৪/২০১৭
১৮যোৰহাটযোৰহাট সংমণ্ডলপূব যোৰহাট, চেলেংঘাট আঞ্চলিক বি এম চিযোৰহাট জিলা২১/০৪/২০১৭
১৯বঙাইগাওঁএ আই ই- উপত্যকা সংমণ্ডলদেংতল আঞ্চলিক বি এম চিবঙাইগাওঁ জিলা২৫/০৪/২০১৭
২০বঙাইগাওঁএ আই ই- উপত্যকা সংমণ্ডলবইতামাৰী আঞ্চলিক বি এম চিবঙাইগাওঁ জিলা২৫/০৪/২০১৭
২১বঙাইগাওঁএ আই ই- উপত্যকা সংমণ্ডলমানিকপুৰ আঞ্চলিক বি এম চিবঙাইগাওঁ জিলা২৫/০৪/২০১৭
২২নলবাৰীউত্তৰ কামৰূপ সংমণ্ডলটিহু ব্লক বি এম চিনলবাৰী জিলা০৩/০৫/২০১৭
২৩নলবাৰীউত্তৰ কামৰূপ সংমণ্ডলবৰক্ষেত্ৰী ব্লক বি এম চিনলবাৰী জিলা০৩/০৫/২০১৭
২৪নলবাৰীউত্তৰ কামৰূপ সংমণ্ডলপূব নলবাৰী ব্লক বি এম চিনলবাৰী জিলা০৩/০৫/২০১৭
২৫নলবাৰীউত্তৰ কামৰূপ সংমণ্ডলপশ্চিম নলবাৰী ব্লক বি এম চিনলবাৰী জিলা০৩/০৫/২০১৭
Downloads
TitleSizeDetail
বি এম চি সমূহৰ তালিকা য`ত ২০১৪-১৫ বৰ্ষত পি বি আৰ প্ৰস্তুতি কাৰ্য্যসমূহ আৰম্ভ কৰা হৈছিল308.64 KBswf-image
বি এম চি সমূহৰ তালিকা য`ত ২০১৫-১৬ বৰ্ষত পি বি আৰ প্ৰস্তুতি কাৰ্য্যসমূহ আৰম্ভ কৰা হৈছিল404.14 KBswf-image
বি এম চি সমূহৰ তালিকা য`ত ২০১৬-১৭ বৰ্ষত পি বি আৰ প্ৰস্তুতি কাৰ্য্যসমূহ আৰম্ভ কৰা হৈছিল268.11 KBswf-image